নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় বিহাৰত ১৬ খনত আগবাঢ়ি আছে বিজেপি বিহাৰত ১৬ খনত আগবাঢ়ি আছে বিজেপি asomiyapratidin 23 May 2019 13:15 IST Follow UsNew Updateবিহাৰত দিনৰ ১ বজালৈকে ৪০ খন আসনৰ ভিতৰত ১৬ খনত আগবাঢ়ি আছে বিজেপি।জনতা দল আগবাঢ়ি আছে ১৫ খনত।আৰজেডি আৰু কংগ্ৰেছ আগবাঢ়িছে ৩খন আসনত।লোকজন শক্তি পাৰ্টী আগবাঢ়ি আছে ৬ খন আসনত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক