বিজেপিৰ মুখ্য কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ…

বিজেপিৰ মুখ্য কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ…

author-image
asomiyapratidin
New Update
বিজেপিৰ মুখ্য কাৰ্যালয়ত উৎসৱমুখৰ পৰিৱেশ…

  • দিল্লীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত হৰ্ষোল্লাস।
  • বিজেপিৰ জয়যাত্ৰাক লৈ উৎফুল্লিত হৈছে পৰিছে কৰ্মী, নেতা, সমৰ্থক।
  • আতচবাজী ফুটাই কৰিছে আনন্দৰ প্ৰকাশ।
Advertisment
  • বিজেপি নেতা-কৰ্মীৰ মিঠাই বিতৰণ।
  • মুখ্য কাৰ্যালয়ৰ বাহিৰত সমৰ্থকৰ বিজেপি জিন্দাবাদ, মোডী জিন্দাবাদ ধ্বনি।
  • বৰ্তমানলৈকে ৩০০ৰো অধিক আসনত অগ্ৰগতি লাভ কৰি আছে বিজেপিয়ে।