পূব দিল্লীৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত নামিব প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ…

পূব দিল্লীৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত নামিব প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ…

author-image
asomiyapratidin
New Update
পূব দিল্লীৰ পৰা বিজেপিৰ হৈ নিৰ্বাচনত নামিব প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰ…

  • পূব দিল্লীত বিজেপিৰ প্ৰাৰ্থী হ'ব গৌতম গম্ভীৰ।
  • কিছুদিনৰ পূৰ্বে বিজেপিত যোগ দিছিল ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অপেনাৰ গৰাকীয়ে।
  • দিল্লীৰ ২ সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা বিজেপিৰ।
  • নতুন দিল্লী সংসদীয় সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা কৰিব মিনাক্ষী লেখিয়ে।