মনোনয়ন পত্ৰ দাখিল কৰিলে মনোজ তিৱাৰীয়ে…

মনোনয়ন পত্ৰ দাখিল কৰিলে মনোজ তিৱাৰীয়ে…

author-image
asomiyapratidin
New Update
মনোনয়ন পত্ৰ দাখিল কৰিলে মনোজ তিৱাৰীয়ে…

  • মনোনয়ন পত্ৰ দাখিল কৰিলে মনোজ তিৱাৰীয়ে।
  • উত্তৰ-পূব দিল্লীৰ বিজেপিৰ প্ৰাৰ্থী তিৱাৰী।
  • মনোনয়নৰ পূৰ্বে এক ৰোড শ্ব'ত অংশ লয় বিজেপি প্ৰাৰ্থীগৰাকীয়ে।
  • সমষ্টিটোত তিৱাৰীৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে কংগ্ৰেছ প্ৰাৰ্থী শীলা দীক্ষিতে।