পুৱাই বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ ভোটদান

পুৱাই বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ ভোটদান

author-image
asomiyapratidin
New Update
পুৱাই বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ ভোটদান

  • পুৱাই ভোটদান বিজেপি প্ৰাৰ্থী তথা প্ৰাক্তন ক্ৰিকেটাৰ গৌতম গম্ভীৰৰ ভোটদান।
  • পূৱ দিল্লীৰ বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰ।
  • পুৰণি ৰাজিন্দ্ৰ নগৰত তেওঁ কৰিলে ভোটদান।
  • উল্লেখ্য যে, পুৱ দিল্লীৰ বৰ্তমানৰ বিজেপি সাংসদ মহেশ গিৰিৰ পৰিৱৰ্তে এইবাৰ গৌতম গম্ভীৰক দিয়া হৈছে বিজেপিৰ প্ৰাৰ্থিত্ব।
  • সমষ্টিটোত কংগ্ৰেছ প্ৰাৰ্থী অৰবিন্দৰ সিং লাভলী আৰু আম আদমী পাৰ্টীৰ আতিশীৰ বিৰুদ্ধে নিৰ্বাচনত অৱতীৰ্ণ হৈছে গৌতম গম্ভীৰ।