ছ’চিয়েল মিডিয়াত ভইচ কলত চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ, মুখ্য নিৰ্বাচনী বিষয়ালৈ বিজেডিৰ পত্ৰ

ছ’চিয়েল মিডিয়াত ভইচ কলত চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ, মুখ্য নিৰ্বাচনী বিষয়ালৈ বিজেডিৰ পত্ৰ

author-image
asomiyapratidin
New Update
ছ’চিয়েল মিডিয়াত ভইচ কলত চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ, মুখ্য নিৰ্বাচনী বিষয়ালৈ বিজেডিৰ পত্ৰ

  • হোৱাটছএপত ভইচ কল চলিছে বিজেপিৰ নিৰ্বাচনী প্ৰচাৰ।
  • চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ অন্ত পৰাৰ পিছতো চলিছে ভইচ কলযোগে প্ৰচাৰ।
  • এই অভিযোগ ওড়িশাৰ বিজু জনতা দলৰ।
  • দেওবাৰে এই অভিযোগ উত্থাপন কৰি মুখ্য নিৰ্বাচনী বিষয়ালৈ পত্ৰ প্ৰেৰণ বিজু জনতা দলৰ।
  • বিজেপিয়ে নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ অভিযোগ।
  • বিজেপিৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে অনুৰোধ বিজু জনতা দলৰ।
  • ছ'চিয়েল মিডিয়াত ভইচ কলযোগে বিজেপিয়ে চলাইছে নিৰ্বাচনী প্ৰচাৰ।
  • উল্লেখ্য যে, চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰিপ্ৰেক্ষিতত শনিবাৰে সন্ধিয়া অন্ত পৰিছিল নিৰ্বাচনী প্ৰচাৰৰ।