বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডীৰ ভোটদান

বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডীৰ ভোটদান

author-image
asomiyapratidin
New Update
বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডীৰ ভোটদান

  • ভোটদান কৰিলে বিহাৰৰ উপ মুখ্যমন্ত্ৰী সুশীল মোডীয়ে।
  • পাটনাত ভোটদান কৰিলে উপ মুখ্যমন্ত্ৰীজনে।
  • পাটনাৰ ৪৯ নম্বৰ ভোটকেন্দ্ৰত ভোটদান কৰিলে নেতাজনে।
  • উল্লেখ্য যে, দেওবাৰে অনুষ্ঠিত হৈছে সপ্তম অৰ্থাৎ অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।