ভুপালত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰ…

ভুপালত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰ…

author-image
asomiyapratidin
New Update
ভুপালত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰ…

  • ভুপাল লোকসভা সমষ্টিত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী প্ৰজ্ঞা সিং ঠাকুৰ।
  • সাংবাদিকৰ আগত বিজেপি প্ৰাৰ্থীগৰাকীয়ে কয়-
  • 'নিশ্চিতভাৱে মই জয়ী হম।'
  • 'মোৰ জয় ধৰ্মৰ জয় হ'ব।'
  • সমষ্টিটোত কংগ্ৰেছৰ প্ৰাৰ্থী দিগ্বিজয় সিঙে প্ৰজ্ঞা ঠাকুৰৰ বিৰুদ্ধে আগবঢ়াইছে প্ৰতিদ্বন্দ্বিতা।