New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4p4LI0VUAAJ1Or.png)
- ভূপাল জিলা নিৰ্বাচন আয়োগৰ বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞালৈ জাননী জাৰি।
- অযোধ্যাক লৈ কৰা মন্তব্যৰ পিছতে জাননী জাৰি কৰিছে নিৰ্বাচন আয়োগে।
- এদিনৰ ভিতৰত ইয়াৰ উত্তৰ দিব লাগিব সাধ্বী প্ৰজ্ঞা ঠাকুৰে।
- উল্লেখ্য যে, সাধ্বী প্ৰজ্ঞাই এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লৈ অযোধ্যাৰ ৰাম মন্দিৰ সন্দৰ্ভত মন্তব্য কৰিছিল।
- 'মই অযোধ্যাৰ নক্সাই সলনি কৰি দিছিলো।'
- 'মই পুনৰ অযোধ্যালৈ যাম আৰু ৰাম মন্দিৰ নিৰ্মাণত সহায় কৰিম।'
- সাধ্বী প্ৰজ্ঞাই কৰা এই মন্তব্যই অযোধ্যাৰ ইতিহাস বিকৃত কৰাৰ অভিযোগ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us