বৰপেটা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

বৰপেটা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

author-image
asomiyapratidin
New Update
বৰপেটা সমষ্টিত কোন দলৰ কোনে আগবঢ়াইছে প্ৰাৰ্থিত্ব…

  • বৰপেটা সমষ্টিত মুঠ ১৩গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছে।
  • কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুল খালেক,
  • অগপ তথা মিত্ৰদলৰ প্ৰাৰ্থী কুমাৰ দীপক দাস,
  • এ আই ইউ ডি এফৰ প্ৰাৰ্থি ৰফিকুল ইছলাম,
  • পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুলাৰ)ৰ প্ৰাৰ্থী অৰুণ বৰুৱা,
  • ছ'চিয়েলিষ্ট ইউনিটি চেষ্টাৰ অৱ ইণ্ডিয়া (কমিউনিষ্ট)ৰ প্ৰাৰ্থী চিত্ৰলেখা দাস,
  • ভোটাৰ্ছ পাৰ্টি ইন্টাৰনেশ্যনেলৰ প্ৰাৰ্থী ছানিয়াৰা পাৰ্বিন,
  • নেশ্যনেল পিপলছ পাৰ্টিৰ প্ৰাৰ্থী প্ৰণৱজ্যোতি দাস ৰাজবংশী,
  • নেশ্যনেল ৰিপাব্লিকেন কংগ্ৰেছৰ প্ৰাৰ্থী ভদ্ৰেশ্বৰ বৰ্মন,
  • দ্য নেশ্যনেল ৰোড মাপ পাৰ্টি অৱ ইণ্ডিয়াৰ প্ৰাৰ্থী মতিয়াৰ ৰহমান,
  • ৰিপাব্লিকেন পাৰ্টি অৱ ইণ্ডিয়া (এ)ৰ প্ৰাৰ্থী ৰেজাউল কৰিম,
  • ভাৰতীয় গণ পৰিষদৰ শান্তনু মুখাৰ্জী
  • আৰু নিৰ্দলীয় প্ৰাৰ্থী আৰ্ফাণ আলী।