New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/09/agrani-news-750x430.jpg)
- সমাজৱাদী পাৰ্টিৰ নেতা আজাম খানে অংশ ল'ব নোৱাৰিব নিৰ্বাচনী প্ৰচাৰত।
- নিৰ্বাচন আয়োগে লৈছে এই কঠোৰ পদক্ষেপ।
- মঙলবাৰৰ পুৱা ৬ বজাৰ পৰা ৭২ ঘন্টালৈ চলিব লগা নিৰ্বাচনৰ প্ৰচাৰত অংশ ল'ব নোৱাৰিব নেতাগৰাকীয়ে।
- নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ বাবে নিৰ্বাচন আয়োগে গ্ৰহণ কৰিছে এই পদক্ষপে।
- মঙলবাৰে ৰামপুৰত অনুষ্ঠিত হ'ব সমাজৱাদী পাৰ্টিৰ নিৰ্বাচনী প্ৰচাৰ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us