ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত…

ফলাফল ঘোষণাৰ পূৰ্বে কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীচালনা, গুৰুতৰভাৱে আহত…
  • লোকসভা নিৰ্বাচন, ২০১৯ৰ ফলাফলৰ পূৰ্বে ওড়িশাৰ কংগ্ৰেছ প্ৰাৰ্থীৰ ওপৰত দুৰ্বৃত্তৰ গুলীবৰ্ষণ।
  • ওড়িশাৰ আচকা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মনোজ জেনাৰ ওপৰত গুলীচালনা কৰে অচিনাক্ত দুৰ্বৃত্তই।
  • বুধবাৰে সন্ধিয়া বেঢ়ামপুৰত সংঘটিত হয় এই আক্ৰমণ।
  • আক্ৰমণত গুৰুতৰভাৱে আহত কংগ্ৰেছ প্ৰাৰ্থীগৰাকী।
  • আহত প্ৰাৰ্থীগৰাকীক বেঢ়ামপুৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।
  • ঘটনা সন্দৰ্ভত আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত।
  • দুৰ্বৃত্তৰ সন্ধানত আৰম্ভ কৰিছে অনুসন্ধান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in