এগজিট প’ল মিছা প্ৰমাণিত হ’বঃ দাবী প্ৰদেশ কংগ্ৰেছৰ…

এগজিট প’ল মিছা প্ৰমাণিত হ’বঃ দাবী প্ৰদেশ কংগ্ৰেছৰ…

author-image
asomiyapratidin
New Update
এক্সিট প’লৰ মতে পশ্চিম বংগত কমিব তৃণমূলৰ আসন

  • বিভিন্ন সংস্থাই প্ৰকাশ কৰা এগজিট প'ল মিছা প্ৰমাণিত হ'ব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছে।
  • কংগ্ৰেছক মনোৰঞ্জনৰ খোৰাক দিছে এগজিট প'লে।
  • 'দেশত ৮০ শতাংশ এগজিট প'ল মিছা প্ৰমাণিত হৈছে'।সংবাদমেলত এই মন্তব্য কংগ্ৰেছৰ মুখপাত্ৰ দুৰ্গা দাস বড়োৰ।
  • 'বিজেপিয়ে পুলৱামা, ছাৰ্জিকেল ষ্ট্রাইক, হিন্দু ৰাষ্ট্রক লৈ নিৰ্বাচন খেলিলে'।
  • 'ইয়াৰ বিপৰীতে উন্নয়নৰ কথা কৈ নিৰ্বাচন খেলিলে কংগ্ৰেছে'।
  • অসমত বিজেপিতকৈ অধিক আসন কংগ্ৰেছে পাব বুলি দাবী প্ৰদেশ কংগ্ৰেছৰ।