New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D40u9FHUEAEHgGO.jpg)
- কেন্দ্ৰীয় বিত্তমন্ত্ৰী তথা বিজেপি নেতা অৰুণ জেটলীৰ ভোটদান।
- গুজৰাটৰ আহমেদাবাদৰ এটা ভোটগ্ৰহণ কেন্দ্ৰত সাব্যস্ত কৰিলে ভোটাধিকাৰ।
- ভোটাধিকাৰ সাব্যস্ত কৰি পুনৰ এবাৰ মোডী চৰকাৰ গঠন হ'ব বুলি দাবী কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ।
- 'জনতাই পুনৰ এবাৰ বিজেপিক বাচনি কৰি লৈছে।'
- 'আমি জনতাৰ পৰা বিপুল সমাদৰ লাভ কৰিছো।'
- জন সমৰ্থনেৰে আমি এইবাৰো চৰকাৰ গঠন কৰিবলৈ সক্ষম হম।'
- এই মন্তব্য কৰে অৰুণ জেটলীয়ে।