New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/61758614fghjkl.jpg)
প্ৰতীকি ফটো
- নগাঁও লোকসভা সমষ্টিৰ হোজাইত কেইটাবাটাও ভোটগ্ৰহণ কেন্দ্ৰত ই ভি এম বিকল।
- ১ নং তেলীবস্তি এল পি স্কুলত বিকল হৈ আছে ই ভি এম।
- দক্ষিণ হোজাই এম ই স্কুলতো ই ভি এম বিকল হোৱাৰ ফলত ভোটদানত বিলম্ব।
- ১৫৫নং দাসবস্তি এল পি স্কুলতো অনুৰূপ ঘটনা।
- কালি নগৰত এল পি স্কুলতো ই ভি এম বিকলৰ বাবে ভোটদানত পলম।
- কেইবাঘণ্টাৰ পাছত আৰম্ভ হৈছে ভোটগ্ৰহণ।
- ই ভি এম বিকলক লৈ প্ৰাক্তন মন্ত্ৰী অৰ্ধেন্দু দে'ৰ মন্তব্য-
- 'য'তেই কংগ্ৰেছে ভোট পায়, তাতেই বিকল হয় ই ভি এম।'
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us