New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4bev4FUUAApTZx.jpg)
- আম আদমী পাৰ্টীৰ পশ্চিম দিল্লী লোকসভা সমষ্টিৰ প্ৰাৰ্থী বলবীৰ সিং জখৰৰ মনোনয়ন পত্ৰ দাখিল।
- বৃহস্পতিবাৰে আবেলি মনোনয়ন পত্ৰ দাখিল কৰে প্ৰাৰ্থীগৰাকীয়ে।
- প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পৰ্ব দাখিল অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ আপ নেতা গোপাল ৰায়।
- মনোনয়ন দাখিলৰ পিছতে এখন নিৰ্বাচনী সভাত অংশ লয় প্ৰাৰ্থী বলবীৰ সিং জখৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us