New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D34lNt6XoAEnJQa.jpg)
- অন্ধ্ৰপ্ৰদেশত ভোটাৰৰ তীব্ৰ প্ৰতিবাদ।
- উত্তৰ বিশাখাপট্টনমৰ ২৫৫, ২৫৬ আৰু ২৫৭ নং ভোটগ্ৰহণ কেন্দ্ৰত এই প্ৰতিবাদী কাৰ্যসূচী।
- ভোটাৰ লিষ্টত বহু সংখ্যক ভোটাৰৰ না্ম নথকাৰ বাবেই এই প্ৰতিবাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D34lQtyWwAEG1JS.jpg)
- প্ৰতিবাদকাৰীয়ে জনোৱা মতে, ২০০৯ আৰু ২০১৪ত তেওঁলোকে সাধাৰণ নিৰ্বাচন ভোটদান কৰিছিল।
- কিন্তু এইবাৰৰ ভোটাৰ লিষ্টত নাম নথকাৰ বাবে ক্ষোভিত ভোটাৰ ৰাইজে সাব্যস্ত কৰিছে প্ৰতিবাদ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D34lTNPWkAAbFQk.jpg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us