অন্ধ্ৰপ্ৰদেশৰ ভোটগ্ৰহণ কেন্দ্ৰত ৱাইএছআৰচিপি আৰু টিডিপি কৰ্মীৰ সংঘৰ্ষ, VIDEO

অন্ধ্ৰপ্ৰদেশৰ ভোটগ্ৰহণ কেন্দ্ৰত ৱাইএছআৰচিপি আৰু টিডিপি কৰ্মীৰ সংঘৰ্ষ, VIDEO

author-image
asomiyapratidin
New Update
অন্ধ্ৰপ্ৰদেশৰ ভোটগ্ৰহণ কেন্দ্ৰত ৱাইএছআৰচিপি আৰু টিডিপি কৰ্মীৰ সংঘৰ্ষ, VIDEO

  • বৃহস্পিতবাৰে প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • কিন্তু অন্ধ্ৰপ্ৰদেশত এটা ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত দেখা গ'ল এক উত্তপ্ত পৰিস্থিতি।
  • ৱাই এছ আৰ চি পি আৰু টি ডি পি কৰ্মীৰ মাজত তুমুল সংঘৰ্ষ।
  • শ্ৰীকাকুলাম জিলাৰ পাথাপাটনমৰ এটা ভোটগ্ৰহণ কেন্দ্ৰৰ সন্মুখত সংঘটিত হয় এই সংঘৰ্ষ।

চাওঁক ভিডিঅ'

— ANI (@ANI) April 11, 2019