New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D4qSlSHUIAAu7ja.jpg)
- গুজৰাটৰ আহমেদাবাদত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব'।
- ৰোড শ্ব'ত অংশ গ্ৰহণ হাজাৰোধিক বিজেপি সমৰ্থকৰ।
- আহমেদাবাদ'(পূৱ) লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী হছমুখভাই সোমভাই পেটেলৰ হৈ নিৰ্বাচনী প্ৰচাৰ অমিত শ্বাহৰ।
- সমষ্টিটোৰ বৰ্তমানৰ বিজেপি সাংসদ পৰেশ ৰাৱালে এইবাৰ লাভ নকৰিলে টিকট।
- ২৩ মে'ত সমষ্টিটোত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us