পত্নীসহ আহমেদাবাদত ভোটাধিকাৰ সাব্যস্ত অমিত শ্বাহৰ…

পত্নীসহ আহমেদাবাদত ভোটাধিকাৰ সাব্যস্ত অমিত শ্বাহৰ…

author-image
asomiyapratidin
New Update
পত্নীসহ আহমেদাবাদত ভোটাধিকাৰ সাব্যস্ত অমিত শ্বাহৰ…

  • ভোটাধিকাৰ সাব্যস্ত কৰিলে বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহে।
  • শ্বাহৰ পত্নী সোণাল শ্বাহেও একেলগে কৰিলে ভোটদান।
  • আহমেদাবাদৰ নৰণপুৰা ছাব-জ'নাল কাৰ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰত দুয়ো সাব্যস্ত কৰে ভোটাধিকাৰ।
  • উল্লেখ্য যে, গান্ধীনগৰ সমষ্টিৰ পৰা বিজেপিৰ হৈ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে অমিত শ্বাহে।