নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় ওড়িশ্যাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৰোড শ্ব’… ওড়িশ্যাত বিজেপি ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ ৰোড শ্ব’… asomiyapratidin 17 Apr 2019 21:20 IST Follow UsNew Updateওড়িশ্যাত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব'।ৰাজ্যখনৰ কুট্টাকত এই ৰোড শ্ব' শ্বাহৰ।উল্লেখ্য যে, ৩০ মাৰ্চত অমিত শ্বাহে প্ৰদান কৰিছিল মনোনয়ন পত্ৰ।গান্ধীনগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব এইবাৰ নিৰ্বাচনত।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক