পুৱাই গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন অমিত শ্বাহৰ

পুৱাই গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন অমিত শ্বাহৰ

author-image
asomiyapratidin
New Update
পুৱাই গুজৰাটৰ সোমনাথ মন্দিৰ দৰ্শন অমিত শ্বাহৰ

  • গুজৰাটৰ সোমনাথ মন্দিৰত পূজা অৰ্চনা বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহৰ।
  • শনিবাৰে পুৱাই মন্দিৰত উপস্থিত হয় শ্বাহ।
  • মন্দিৰৰ শিৱ লিংগত গাখীৰ ঢালি আৰধনা কৰে অমিত শ্বাহে।
  • শ্বাহৰ এই মন্দিৰ দৰ্শন কালত সংগ দিয়ে ৰাজ্যখনৰ কেইবাগৰাকীও বিজেপি নেতাই।
  • মন্দিৰ দৰ্শনৰ পিছতে ২০১৯ৰ লোকসভা নিৰ্বাচনত পূৰ্ণ বহুমত লাভ কৰিব বুলি মন্তব্য অমিত শ্বাহৰ।