নিৰ্বাচন-২০১৯ মুখ্য-পৃষ্ঠা আমেথিত পুনৰ আগবাঢ়িল ৰাহুল গান্ধী… আমেথিত পুনৰ আগবাঢ়িল ৰাহুল গান্ধী… asomiyapratidin 23 May 2019 09:17 IST Follow UsNew Updateআমেথিত পুনৰ আগবাঢ়িছে ৰাহুল গান্ধী।ইভিএমৰ ভোটগণনা অব্যাহত আছে সমষ্টিটোত।প্ৰথমে ২০০০ ভোটত পিছ পৰি আছিল ৰাহুল গান্ধী।উত্তৰপ্ৰদেশত ৪১খন আসনত আগবাঢ়ি আছে বিজেপি।২০খন আসনত আগবাঢ়ি আছে এছপি-বিএছপি।পশ্চিমবংগত ৯খন আসনত আগবাঢ়ি আছে বিজেপি।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক