New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/big-news-face.jpg)
- আমেথিত পোষ্টেল বেলটৰ গণনাৰ অন্তত আৰম্ভ হৈছে ইভিএমৰ ভোটগণনা।
- ২০০০ ভোটত আগবাঢ়ি আছে বিজেপি প্ৰাৰ্থী স্মৃতি ইৰাণী।
- পোষ্টেল ভোটৰ গণনাতো পিছ পৰি আছিল ৰাহুল।
- ৰায়বৰেলীত অৱশ্যে আগবাঢ়ি আছে ছোনিয়া গান্ধী।
- বাৰানসীত আগবাঢ়ি আছে নৰেন্দ্ৰ মোডী।
- অমিত শ্বাহ আগবাঢ়ি আছে গান্ধীনগৰত।
- পিছ পৰি আছে দিগ্বিজয় সিং।
- দিল্লীত আগবাঢ়ি আছে গৌতম গম্ভীৰ।