অখিলেশ যাদৱৰ মনোনয়ন পত্ৰ দাখিল…

অখিলেশ যাদৱৰ মনোনয়ন পত্ৰ দাখিল…

author-image
asomiyapratidin
New Update
অখিলেশ যাদৱৰ মনোনয়ন পত্ৰ দাখিল…

  • উত্তৰ প্ৰদেশৰ আজমগড়ৰ লোকসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰি সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱে।
  • বৃহস্পতিবাৰে সমষ্টিটোৰ পৰা মনোনয়ন পত্ৰ দাখিল কৰিলে নেতাগৰাকীয়ে।
  • ইয়াৰ পিছতে এক বিশাল জনসভা সম্বোধন কৰে অখিলেশে।
  • এইবাৰ ময়াবতীৰ বহুজন সমাজ পাৰ্টী আৰু অখিলেশৰ সমাজবাদী পাৰ্টীয়ে একেলগে অৱতীৰ্ণ হ'ব নিৰ্বাচনী যুঁজত।