সমগ্ৰ ভাৰততেই ইভিএমত বিসংগতিৰ সৃষ্টি কৰিছে বিজেপিয়েঃ অখিলেশ যাদৱ

সমগ্ৰ ভাৰততেই ইভিএমত বিসংগতিৰ সৃষ্টি কৰিছে বিজেপিয়েঃ অখিলেশ যাদৱ

author-image
asomiyapratidin
New Update
ইভিএমৰ যাদু! যি টিপক বুটাম, জ্বলিছিল পদুম… কি ক’লে নিৰ্বাচনী বিষয়াই

  • 'ইভিএমত বিজেপিয়ে বিসংগতিৰ সৃষ্টি কৰিছে।'
  • এই অভিযোগ সমাজবাদী পাৰ্টীৰ অধ্যক্ষ অখিলেশ যাদৱৰ।
  • 'ভোট যাকেই নিদিয়ক, পায়গৈ বিজেপিয়েহে।'
  • 'বিজেপিয়ে এনেদৰেই নিৰ্বাচনত জয়লাভৰ ব্লু প্ৰিন্ট ৰচিছে।'
  • সমাজবাদী পাৰ্টীৰ নেতাগৰাকীয়ে মঙলবাৰে এইদৰে অভিযোগ কৰে।
  • লগতে তেওঁ সমগ্ৰ ভাৰততেই বিজেপিয়ে বিসংগতিৰ সৃষ্টি কৰা বুলি দাবী কৰে।