নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱাইছীৰ ভোটদান… এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন অ’ৱাইছীৰ ভোটদান… asomiyapratidin 11 Apr 2019 10:08 IST Follow UsNew Updateএ আই এম আই এম মুৰব্বী আছাদুদ্দিন অ'ৱাইছীৰ ভোটদান।অ'ৱাইছীয়ে এইবাৰ নিৰ্বাচনত হায়দৰাবাদত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।চহৰখনৰ এটা ভোটগ্ৰহণ কেন্দ্ৰতে ভোটদান কৰে আছাদুদ্দিন অ'ৱাইছীয়ে।সমষ্টিটোত বৰ্তমানলৈ ৩বাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছে তেওঁ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক