New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D33K2mKUwAE2k_a.jpg)
- লোকসভা নিৰ্বাচনৰ মাজতে মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা।
- ৰাজ্যখনৰ গাড়চিৰোলী জিলাৰ শংকৰপুৰ গাঁৱৰ সমীপত সংঘটিত দুৰ্ঘটনা।
- ভোটাধিকাৰ সাব্যস্ত কৰি ট্ৰেক্টৰ যোগে আহি থকা সময়তে সংঘটিত দুৰ্ঘটনা।
- দুৰ্ঘটনাত নিহত হৈছে ৩ জনকৈ লোক।
- আনহাতে আহত হৈছে ৯ জন লোক।
- দুৰ্ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us