New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/05/D67chbGU0AIv2oV.jpg)
- দেওবাৰে অনুষ্ঠিত হৈ যায় ২০১৯ৰ লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ।
- ৮খন ৰাজ্যৰ ৫৯টা সমষ্টিত অনুষ্ঠিত হয় এই ভোটগ্ৰহণ।
- সন্ধিয়া ৫ বজালৈকে ভোটদানৰ হাৰ ৫৩.০৩ শতাংশ।
- ইফালে সন্ধিয়া দিল্লীত নিৰ্বাচন আয়োগে অনুষ্ঠিত কৰে এক সংবাদমেল।
- ৭টা পৰ্যায়ত মুঠ ৫৪২ টা সংসদীয় সমষ্টিত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন হয় বুলি মন্তব্য নিৰ্বাচন আয়োগৰ।
- সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাধিকাৰ সাব্যস্ত কৰে দেশৰ ৭.২৭ কোটি জনতাই।
- ইয়াৰে ভিতৰত ৩.৪৭ কোটি গৰাকী মহিলা ভোটাৰ বুলি জানিবলৈ দিয়ে নিৰ্বাচন আয়োগে।
- আনহাতে ভোটাধিকাৰ সাব্যস্ত কৰা মুঠ ভোটাৰৰ ৩,৩৭৭ গৰাকী ভোটাৰ তৃতীয় লিংগৰ।