অন্য এজন নৰেন্দ্ৰ মোডী ক’ত ওলাইছে…

অন্য এজন নৰেন্দ্ৰ মোডী ক’ত ওলাইছে…

author-image
asomiyapratidin
New Update
অন্য এজন নৰেন্দ্ৰ মোডী ক’ত ওলাইছে…

  • লক্ষ্ণৌত শুকুৰবাৰে অভিনন্দন পাঠক নামৰ এজন নিৰ্দলীয় প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ।
  • প্ৰাৰ্থীগৰাকী দেখিবলৈ প্ৰায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দৰে।
  • নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে কয়-
  • 'মই ২৬ এপ্ৰিলত বাৰানসীত মনোনয়ন পত্ৰ দাখিল কৰিম।'
  • 'মই জয়ী হোৱাৰ পাছত প্রধানমন্ত্ৰী হিচাপে ৰাহুল গান্ধীক সমৰ্থন জনাম।'