বিবাহৰ পিছত চিধাই আহিল ভোট দিবলৈ…

বিবাহৰ পিছত চিধাই আহিল ভোট দিবলৈ…

author-image
asomiyapratidin
New Update
বিবাহৰ পিছত চিধাই আহিল ভোট দিবলৈ…

  • উত্তৰ প্ৰদেশৰ বিজনৌত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভোটকেন্দ্ৰত উপস্থিত এহাল দৰা-কইনা।
  • বিবাহ অনুষ্ঠান সম্পন্ন কৰিয়েই ভোটকেন্দ্ৰত উপস্থিত হ'ল দৰা-কইনাহাল।
  • বিবাহৰ পোছাকতে নিজৰ পচন্দৰ প্ৰাৰ্থীক ভোটদান কৰিলে দুয়োজনে।
  • 'আমাৰ বাবে বিয়া যিমান গুৰুত্বপূৰ্ণ, সিমানেই দেশৰ প্ৰগতিও গুৰুত্বপূৰ্ণ।'
  • 'এখন সফল আৰু সাৰ্থক চৰকাৰ গঠনৰ বাবে আমি ভোটদান কৰিছো।'
  • 'বিবাহ সম্পন্ন কৰি আমাৰ ভোটদানৰ দৰে এই মহৎ দায়িত্বও আমি পালন কৰিছো।'
  • ভোটদান কৰি এইদৰে মন্তব্য কৰে দৰা-কইনাহালে।