হাতত লাখুটি লৈ ভোটকেন্দ্ৰত ৯৮ বছৰীয়া বৃদ্ধা…

হাতত লাখুটি লৈ ভোটকেন্দ্ৰত ৯৮ বছৰীয়া বৃদ্ধা…

author-image
asomiyapratidin
New Update
হাতত লাখুটি লৈ ভোটকেন্দ্ৰত ৯৮ বছৰীয়া বৃদ্ধা…

  • হিমাচল প্ৰদেশৰ মন্দী সংসদীয় সমষ্টিৰ এটা ভোটকেন্দ্ৰত লাখুটিত ভেজা দি ভোট দিবলৈ আহিল এগৰাকী বৃদ্ধা।
  • গণতন্ত্ৰ ৰক্ষাৰ বাবে ভোটদান কৰা বৃদ্ধাগৰাকীৰ বয়স ৯৮ বছৰ।
  • পাঞ্জাকী দেৱী নামৰ বৃদ্ধাগৰাকীয়ে ভোটাধিকাৰ সাব্যস্ত কৰে চৰকাঘাটৰ ৭ নং ভোটকেন্দ্ৰত।
  • 'ভোটদান আমাৰ অধিকাৰ, সেই অধিকাৰক মান্যতা দিবলৈ ভোট দিছো।'
  • ভোটদান কৰি এই মন্তব্য অশীতিপৰ বৃদ্ধাগৰাকীৰ।
  • উল্লেখ্য যে হিমাচল প্ৰদেশত অনুষ্ঠিত হোৱা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ ইতিমধ্যে অন্ত পৰিছে।
  • অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণৰ দিনা ভোটদানৰ হাৰ সন্ধিয়া ৫ বজালৈ ৫৭.৪৩ শতাংশ।