New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- ওড়িশাত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি থকাৰ মাজতে অঘটন।
- গঞ্জম লোকসভা সমষ্টিৰ অন্তৰ্গত এটা ভোটকেন্দ্ৰত ভোট দিবলৈ গৈ মৃত্যুক সাৱটি ল'লে এগৰাকী বৃদ্ধই।
- প্ৰচণ্ড গৰমৰ বাবে ঢলি পৰি মৃত্যু মুখত পৰে ৯৫ বছৰীয়া বৃদ্ধ গৰাকী।
- ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ শাৰী পাতি থিয় হৈ থকা সময়তে সংঘটিত হয় এই অঘটন।
- বৃদ্ধজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে।
- ঘটনাক কেন্দ্ৰ কৰি শোকাকুল পৰিৱেশ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us