অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • দেশৰ ৮খন ৰাজ্যৰ ৫৯টা সমষ্টিত অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • আবেলি ৩ বজালৈ মুঠ ভোটদানৰ হাৰ ৫১.৯৫ শতাংশ।
  • বিহাৰত আবেলি ৩ বজালৈকে ৪৬.৬৬ শতাংশ ভোটদান।
  • হিমাচলপ্ৰদেশত ভোটদানৰ হাৰ ৪৯.৪৩ শতাংশ।
  • মধ্যপ্ৰদেশত ৫৭.২৭ শতাংশ ভোটদানৰ হাৰ আবেলি ৩ বজালৈ।
  • উত্তৰ প্ৰদেশত ভোটদানৰ হাৰ ৪৬.০৭ শতাংশ।
  • আবেলি ৩ বজালৈকে পশ্চিমবংগত ভোটদানৰ হাৰ ৬৩.৫৮ শতাংশ।
  • ঝাৰখণ্ডত ভোটদানৰ ৬৪.৮১ শতাংশ।
  • ছণ্ডীগড়ত আবেলি ৩ বজালৈকে ভোটদানৰ হাৰ ৫০.২৪ শতাংশ।