New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- দেশত ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
- নিশা ৮ বজালৈকে ৭ ৰাজ্যত মুঠ ভোটাদানৰ হাৰ ৬২.২৭ শতাংশ।
- ৮ বজালৈ পশ্চিমবংগত ভোটদানৰ হাৰ ৮০.১৬ %।
- দিল্লীত ভোটদানৰ হাৰ ৫৮.০১%।
- হাৰিয়ানাত ৬৫.৪৮ % ভোটদানৰ হাৰ সন্ধিয়া ৮ বজালৈকে।
- উত্তৰপ্ৰদেশত ভোটদানৰ হাৰ ৫৪.২৪%।
- বিহাৰত ৮ বজালৈ ভোটদানৰ হাৰ ৫৯.২৯ %।
- ঝাৰখণ্ডত ৬৪.৫০ % ভোটদানৰ হাৰ।
- আৰু মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৬২.০৬%