ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণঃ সন্ধিয়া ৭ বজালৈ কোন ৰাজ্যত কিমান ভোটদানৰ হাৰ…

ষষ্ঠ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণঃ সন্ধিয়া ৭ বজালৈ কোন ৰাজ্যত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • দেশত ষষ্ঠ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • সন্ধিয়া ৭ বজালৈকে ৭ ৰাজ্যত মুঠ ভোটাদানৰ হাৰ ৬১.১৪ শতাংশ।
  • পশ্চিমবংগত ৭ বজালৈ ভোটদানৰ হাৰ ৮০.১৬ %।
  • দিল্লীত ভোটদানৰ হাৰ ৫৬.১১%।
  • হাৰিয়ানাত ৬২.৯১ % ভোটদানৰ হাৰ সন্ধিয়া ৭ বজালৈকে।
  • উত্তৰপ্ৰদেশত ভোটদানৰ হাৰ ৫৩.৩৭%।
  • বিহাৰত সন্ধিয়া ৭ বজালৈ ভোটদানৰ হাৰ ৫৯.২৯ %।
  • ঝাৰখণ্ডত ৬৪.৪৬ % ভোটদানৰ হাৰ।
  • আৰু মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৬০.৪০%