পুৱা ৯ বজালৈকে মুঠ ভোটদানৰ হাৰ…

পুৱা ৯ বজালৈকে মুঠ ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • দেশৰ ৭খন ৰাজ্যৰ ৫৯টা সমষ্টিত দেওবাৰে অনুষ্ঠিত হৈছে লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ-
  • বিহাৰত পুৱা ৯ বজালৈকে ৯.০৩ শতাংশ ভোটদান।
  • হাৰিয়ানাত পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ৩.৭৪ শতাংশ।
  • মধ্যপ্ৰদেশত পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ৪.০১ শতাংশ।
  • উত্তৰ প্ৰদেশত পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ৬.৮৬ শতাংশ।
  • পুৱা ৯ বজালৈকে পশ্চিমবংগত ভোটদানৰ হাৰ ৬.৫৮ শতাংশ।
  • ঝাৰখণ্ডত পুৱা ৯ বজালৈকে মুঠ ভোটদান ১২.৪৫ শতাংশ।
  • দিল্লীত পুৱা ৯ বজালৈকে ভোটদানৰ হাৰ ৩.৭৪ শতাংশ।