/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5SqSSxUEAAUcUb.jpg)
ডিজিটেল ডেস্কঃৱ দেশৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত অৱৰ্তীণ হৈছে মুঠ ৯৬১ গৰাকী প্ৰাৰ্থী। পুৱাৰে পৰা দেশৰ ৭২ টা সংসদীয় সমষ্টিৰ প্ৰতিতো ভোটকেন্দ্ৰত সুচাৰুৰূপে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হ'লেও পশ্চিম বংগত জেমুৱাত বিজেপি আৰু তৃণমূল কংগ্ৰেছৰ সমৰ্থক সকলৰ মাজত নিৰ্বাচনী হিংসা মাৰপিট পৰ্যন্ত পায়গৈ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5SqSSxUEAAUcUb.jpg)
খবৰ অনুসৰি মাৰ পিটৰ উত্তপ্ত পৰিস্থিতিৰ সময়ত সেই স্থানত উপস্থিত আছিল আসনছৌল সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী বাবুল সুপ্ৰিয়।
#WATCH Clash between TMC workers and security personnel at polling booth number 199 in Asansol. A TMC polling agent said, 'no BJP polling agent was present at the booth.' BJP MP candidate from Asansol, Babul Supriyo's car was also vandalised outside the polling station. pic.twitter.com/goOmFRG96L
— ANI (@ANI) April 29, 2019
সমৰ্থক সকলে আনকি বিজেপি প্ৰাৰ্থীজনৰ বাহনতো আক্ৰমণ চলায়। ঘটনাক নিয়ন্ত্ৰণলৈ আনিবলৈ আৰক্ষীয়ে লাঠিচালনা পৰ্যন্ত কৰিব লগা হয়।
#WATCH Clash between TMC workers and QRF and security personnel outside polling booth number 125-129 in Asansol, after disagreement erupted between BJP & CPI(M) workers after TMC workers insisted on polling despite absence of central forces. #WestBengalpic.twitter.com/wmTE97gY4i
— ANI (@ANI) April 29, 2019