New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- অন্ত পৰিল লোকসভা নিৰ্বাচনৰ পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণ।
- ৭ ৰাজ্যৰ ৫১টা সমষ্টিত হৈছিল ভোটগ্ৰহণ।
- বিহাৰ, ঝাৰখণ্ড, ৰাজস্থান, উত্তৰপ্ৰদেশ, পশ্চিমবংগ, মধ্যপ্ৰদেশ আৰু জম্মু-কাশ্মীৰত হয় ভোটগ্ৰহণ।
- পঞ্চম পৰ্যায়ৰ ভোটগ্ৰহণত ৰাজ্য কেইখনত মুঠ ৬২.৫৬ শতাংশ ভোটদানৰ হাৰ।