New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
- ৯ ৰাজ্যৰ ৭২টা সমষ্টিত ভোটগ্ৰহণ।
- আবেলি ৩ বজালৈকে ৯ ৰাজ্যত ভোটাদানৰ হাৰ ৪৯.৫৩ শতাংশ।
- বিহাৰত আবেলি ৩ বজালৈ ভোটদানৰ হাৰ ৪৪.২৩ %।
- জম্মু-কাশ্মীৰত ভোটদানৰ হাৰ ৮.৪২ %।
- ঝাৰখণ্ডত ৫৬.৩৭ % ভোটদানৰ হাৰ আবেলি ৩ বজালৈকে।
- মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৫৫.২২ %।
- মহাৰাষ্ট্ৰত আবেলি ৩ বজালৈ ভোটদানৰ হাৰ ৪১.১৫ %।
- ওড়িশ্যাত ৫১.৫৪ % ভোটদানৰ হাৰ।
- ৰাজস্থানত ভোটদানৰ হাৰ ৫৪.১৬%।
- উত্তৰপ্ৰদেশত আবেলি ৩ বজালৈ ৪৪.১৬ % ভোটদানৰ হাৰ।
- আৰু পশ্চিমবংগত ভোটদানৰ হাৰ ৬৬.০১ %।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/media/D5UEKHhUYAAE1Ks.png)