দিনৰ ২ বজালৈ ৯ ৰাজ্যৰ ভোটদানৰ হাৰ…

দিনৰ ২ বজালৈ ৯ ৰাজ্যৰ ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
ধুবুৰীৰ ৫টা, দক্ষিণ শালমাৰা মানকাচৰৰ ৩টা আৰু কোকৰাঝাৰৰ ২ টা ভোট গ্ৰহণ কেন্দ্ৰলৈ পোলিং বিষয়া ৰাওনা

  • দেশত চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ অব্যাহত।
  • ভোটাৰৰ দীঘলীয়া শাৰী ভোটগ্ৰহণ কেন্দ্ৰসমূহত।
  • পুৱা ৭ বজাৰ পৰা দিনৰ ২ বজালৈকে ৯ ৰাজ্যত মুঠ ভোটাদানৰ হাৰ ৩৮.৬৩শতাংশ।
  • বিহাৰত দিনৰ ২ বজালৈ ভোটদানৰ হাৰ ৩৭.৭১ %।
  • জম্মু-কাশ্মীৰত ভোটদানৰ হাৰ ৬.৬৬ %।
  • ঝাৰখণ্ডত ৪৪.৯০ % ভোটদানৰ হাৰ দিনৰ ২বজালৈকে।
  • মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ৪৩.৪৪ %।
  • মহাৰাষ্ট্ৰত দিনৰ ২ বজালৈ ভোটদানৰ হাৰ ২৯.৯৩ %।
  • ওড়িশ্যাত ৩৫.৭৯ % ভোটদানৰ হাৰ।
  • ৰাজস্থানত ভোটদানৰ হাৰ ৪৪.৬২%।
  • উত্তৰপ্ৰদেশত দিনৰ ২ বজালৈ ৩৪.৪২% ভোটদানৰ হাৰ।
  • আৰু পশ্চিমবংগত ভোটদানৰ হাৰ ৫২.৩৭ %।