নিৰ্বাচন-২০১৯ ৰাষ্ট্ৰীয় লোকসভা নিৰ্বাচনৰ ৪ৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণঃ পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ১০.২৭ শতাংশ লোকসভা নিৰ্বাচনৰ ৪ৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণঃ পুৱা ৯ বজালৈ ভোটদানৰ হাৰ ১০.২৭ শতাংশ asomiyapratidin 29 Apr 2019 10:53 IST Follow UsNew Updateপুৱা ৭ বজাৰ পৰা আৰম্ভ লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ।দেশৰ ৯খন ৰাজ্যৰ মুঠ ৭১টা সংসদীয় সমষ্টিত হৈছে ভোটগ্ৰহণ।সমষ্টি কেইটাত পুৱা ৯ বজালৈ মুঠ ভোটদানৰ হাৰ ১০.২৭ শতাংশ।ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক