চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণঃ দিনৰ ১২বজালৈ ৯ ৰাজ্যৰ ক’ত কিমান ভোটদানৰ হাৰ…

চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণঃ দিনৰ ১২বজালৈ ৯ ৰাজ্যৰ ক’ত কিমান ভোটদানৰ হাৰ…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • দেশত শান্তিপূৰ্ণভাৱে চলি আছে চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনৰ ভোটগ্ৰহণ।
  • ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ বাহিৰত ভোটাৰৰ দীঘলীয়া শাৰী।
  • দিনৰ ১২ বজালৈকে ৯ ৰাজ্যত ভোটাদানৰ হাৰ ক্ৰমে-
  • বিহাৰত দিনৰ ১২ বজালৈ ভোটদানৰ হাৰ ১৮.২৬ %।
  • জম্মু-কাশ্মীৰত ভোটদানৰ হাৰ ৩.৭৪ %।
  • ঝাৰখণ্ডত ২৯.২১ % ভোটদানৰ হাৰ দিনৰ ১২বজালৈকে।
  • মধ্যপ্ৰদেশত ভোটদানৰ হাৰ ২৬.৬২ %।
  • মহাৰাষ্ট্ৰত দিনৰ ১২ বজালৈ ভোটদানৰ হাৰ ১৬.৪৭ %।
  • ওড়িশ্যাত ১৯.৬৭ % ভোটদানৰ হাৰ।
  • ৰাজস্থানত ভোটদানৰ হাৰ ২৯.১৯%।
  • উত্তৰপ্ৰদেশত দিনৰ ১২ বজালৈ ২১.১৮% ভোটদানৰ হাৰ।
  • আৰু পশ্চিমবংগত ভোটদানৰ হাৰ ৩৫.১০ %।