New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/D5PBgqmUcAA8CZ1-1.jpg)
- সোমবাৰে আৰম্ভ হ'ব লোকসভা নিৰ্বাচনৰ চতুৰ্থ পৰ্যায়ৰ ভোটগ্ৰহণ।
- দেশৰ ৯খন ৰাজ্যৰ ৭২ টা সমষ্টিত হ'ব ভোটগ্ৰহণ পৰ্ব।
- ইতিমধ্যে বহু কেইটা সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা হৈছে পোলিং বিষয়াসকল।
- মহাৰাষ্ট্ৰৰো ভোটগ্ৰহণ কেন্দ্ৰসমূহলৈ ৰাওনা হৈছে পোলিং বিষয়া।
- ইভিএম আৰু ভিভিপেট লৈ ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া।
- ইফালে, কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনীও।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us