New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
- আজি দেশত চতুৰ্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচন।
- ৯খন ৰাজ্যৰ ৭২টা সমষ্টিত পুৱা ৭বজাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ।
- EVMত বন্দী হ'ব মুঠ ৯৪৩গৰাকী প্ৰাৰ্থীৰ ভাগ্য।
- বিহাৰৰ ৫টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
- মধ্য প্ৰদেশৰ ৬টা, মহাৰাষ্ট্ৰৰ ১৭টা, উত্তৰ প্ৰদেশৰ ১৩টা, পশ্চিম বংগৰ ৮টা, জম্মু-কাশ্মীৰৰ ৩টা সমষ্টিত অনুষ্ঠিত হৈছে ভোটযুদ্ধ।
- ইয়াৰ উপৰি ঝাৰখণ্ডৰ ৩টা, ওড়িশাৰ ৬টা আৰু ৰাজস্থানৰ ১৩টা সমষ্টিতো আৰম্ভ হৈছে ভোটগ্ৰহণ।
- নিৰ্বাচন সুকলমে সম্পন্ন কৰাৰ বাবে আটাইবোৰ ভোটকেন্দ্ৰতে কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।