৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনঃ কোন ক’ত আগবাঢ়ি আছে…

৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনঃ কোন ক’ত আগবাঢ়ি আছে…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • অৰুণাচল বিধানসভা নিৰ্বাচনত ১০খন আসন আগত আছে বিজেপি।
  • ৰাজ্যখনত মুঠ আসনৰ সংখ্যা ৬০।
  • ওড়িশ্যা বিধানসভা নিৰ্বাচনত পুনৰ চৰকাৰ গঠন কৰাৰ সম্ভাৱনা বিজু জনতা দলৰ।
  • ৩৬খন আসনত আগবাঢ়ি আছে বিজেডি।
  • ৭খন আসনত আগবাঢ়ি আছে বিজেপি।
  • ২খন আসনত আগবাঢ়ি আছে কংগ্ৰেছ।
  • অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত ৬৩খন আসনত আগবাঢ়ি আছে ৱাই এ এছ আৰ চি।
  • ৮খন আসনত আগবাঢ়ি আছে টিডিপি।
  • ছিকিমত এখন আসনত আগবাঢ়ি আছে এছ ডি এ।