৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল, সবিশেষ…

৪ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ফলাফল, সবিশেষ…

author-image
asomiyapratidin
New Update
৩ বজাৰলৈকে চৰাইদেউ জিলাৰ ভোটগ্ৰহণৰ হাৰ…

  • অৰুণাচল বিধানসভা নিৰ্বাচনঃ
  • ৰাজ্যখনত মুঠ আসনৰ সংখ্যা ৬০।
  • নিৰ্বাচন অনুষ্ঠিত হৈছিল ৫৩ খন আসনত।
  • বিজেপিয়ে লাভ কৰিছে ৩৯ খন।
  • কংগ্ৰেছে লাভ কৰিছে ৪ খন আসন।
  • পিপিএয়ে লাভ কৰিছে ১খন
  • অন্যান্যই লাভ কৰিছে ৯ খন আসন।
Advertisment

ওড়িশ্যা বিধানসভা নিৰ্বাচনঃ

  • পুনৰ চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা অৰ্জন বিজু জনতা দলৰ।
  • ১৪৬ খন আসনৰ বাবে অনুষ্ঠিত হৈছিল নিৰ্বাচন।
  • বিজেডিয়ে লাভ কৰিছে ১০৮ খন আসন।
  • বিজেপিয়ে লাভ কৰিছে ২৪ খন আসন।
  • ১২খন আসনত লাভ কৰিছে কংগ্ৰেছে।
  • অন্যান্যই লাভ কৰিছে ২ খন আসন।

অন্ধ্ৰপ্ৰদেশ বিধানসভা নিৰ্বাচনঃ

  • মুঠ আসন – ১৭৫ খন।
  • ৱাই এ এছ আৰ চিয়ে লাভ কৰিছে ১৫১ খন আসন।
  • টিডিপিয়ে লাভ কৰিছে ২৩ খন আসন।
  • অন্যান্যই লাভ কৰিছে ১ খন আসন।

ছিকিম বিধানসভা নিৰ্বাচনঃ

  • ৩২ আসনৰ বাবে হৈছিল নিৰ্বাচন।
  • এছ কে এম দলে লাভ কৰিছে ১৭ খন আসন।
  • এছ ডি এফে লাভ কৰিছে ১৫ খন আসন।