/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/election-plate.jpg)
ডিজিটেল ডেস্কঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত দেশৰ ১১৬ টা লোকসভা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈ যায়। সন্ধিয়া ৭ বজালৈকে অহা তথ্য অনুসৰি তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত ৰাষ্ট্ৰীয় স্তৰত ভোটদানৰ হাৰ ৬৩.২৪ শতাংশ। এই নিৰ্বাচনত সৰ্বাধিক ভোটদান হয় পশ্চিম বংগত। ৰাজ্যখনত ভোটদানৰ হাৰ ৭৯.৩৬ শতাংশ। আন ৰাজ্যসমূহত ভোটদানৰ হাৰ ক্ৰমে-
ওড়িশাঃ ৫৮.১৮ শতাংশ।
ত্ৰিপুৰাঃ ৭৮.৫২ শতাংশ।
উত্তৰ প্ৰদেশঃ ৫৭.৭৪ শতাংশ।
পশ্চিম বংগঃ ৭৯.৩৬ শতাংশ।
ছত্তীশগড়ঃ ৬৫.৯১ শতাংশ।
দাদৰ আৰু নগৰ হাভেলীঃ ৭১.৪৩ শতাংশ।
দমন আৰু ডিউঃ ৬৫.৩৪ শতাংশ।
অসমঃ ৭৮.২৯ শতাংশ।
বিহাৰঃ ৫৯.৯৭ শতাংশ।
গোৱাঃ ৭১.০৯ শতাংশ।
গুজৰাটঃ ৬০.২১ শতাংশ।
জম্মু-কাশ্মীৰঃ ১২.৮৬ শতাংশ।
কৰ্ণাটকঃ ৬৪.১৪ শতাংশ।
কেৰালাঃ ৭০.২১ শতাংশ।
মহাৰাষ্ট্ৰঃ ৫৬.৫৭ শতাংশ।