New Update
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/2019-election.jpg)
- তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনত অসমৰ প্ৰাৰ্থিত্ব আগবঢ়োৱা মুঠ ৫৪গৰাকী প্ৰাৰ্থীৰ ভিতৰত আছে আটাইতকৈ কম সম্পত্তিৰ গৰাকী কেইবাজনো প্ৰাৰ্থী।
- তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰাৰ্থিত্ব আগবঢ়োৱা আটাইতকৈ কম সম্পত্তি থকা প্ৰাৰ্থীজন ভাৰতীয় নেশ্যনেল জনতা দলৰ ধুবুৰী সমষ্টিৰ প্ৰাৰ্থী নৃপেন দাসৰ।
- দাসৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৬০,০০০ টকা।
- আনহাতে, এই তালিকাৰ দ্বিতীয় স্থানত আছে গুৱাহাটী লোকসভা সমষ্টিৰ পৰা পূৰ্বাঞ্চল জনতা পাৰ্টি (ছেকুৱাৰ)ৰ লৈ প্ৰাৰ্থিত্ব আগবঢ়োৱা মামণি শৰ্মা।
- প্ৰাৰ্থীগৰাকীৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৬৩হাজাৰ টকা।
- তৃতীয় স্থানত আছে ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব আগবঢ়োৱা নিৰ্দলীয় প্ৰাৰ্থী উত্তম কুমাৰ ৰায়।
- ৰায়ৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৬৩,৩৪৫ টকা।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us