তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ সবাতোকৈ ধনী প্ৰাৰ্থী কোন…

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ সবাতোকৈ ধনী প্ৰাৰ্থী কোন…

author-image
asomiyapratidin
New Update
অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণঃ আবেলি ৩ বজালৈকে ক’ত কিমান ভোটদানৰ হাৰ…

  • ২৩ এপ্ৰিলৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনত অসমৰ মুঠ ৫৪জন প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰাৰ্থিত্ব।
  • ইয়াৰে ১৪জনৰ বিৰুদ্ধেই আছে অপৰাধজনিত গোচৰ।
  • ইয়াৰে ১২জন প্ৰাৰ্থী হৈছে কোটি পতি।
  • ৫৪জন প্ৰাৰ্থীৰ ভিতৰত আটাইতকৈ ধনী প্ৰাৰ্থীজন হৈছে এ আই ইউ ডি এফৰ বদৰুদ্দিন আজমল।
  • ধুবুৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে আজমলে।
  • আজমলৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৭৮,৮০,৬৪,০৪৪ টকা।
  • আনহাতে এই তালিকাৰ দ্বিতীয় স্থানত আছে গুৱাহাটীৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজা।
  • ওজাৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৬৩,০২,১৯,৫৭০ টকা।
  • এই তালিকাৰ তৃতীয় স্থান দখল কৰিছে গুৱাহাটী লোকসভা সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে।
  • তেওঁৰ মুঠ সম্পত্তিৰ পৰিমান হৈছে ৩৪,৪২,৭০,৭৭২ টকা।
  • এ ডি আৰৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।